A Journey with Unknown Person Dairy and some memories
কিছু সময় আৰু কিছু স্মৃতি
মই অফিচিয়েল কামৰ বাবে মুম্বাই যাব লগা হল,মই ২৩-০৮-২০১৯ ট্ৰেইনৰ টিকত ললো Guwahati to Kolkata and Shalimar(kalkata) to Mumbai । মই ২৩-০৮-১৯ নিশা ৭:৪৫ মিনিটত kalkata ৰ train ধৰিলো , আৰু মই মোৰ চিটত বহিলো,বহি বেগটো ভাল দৰে ৰাখিলো তাৰ পিছত হঠাৎ দেখিলো যে এটি dairy মই dairy টো উঠালো,আৰু পেজ বোৰ লুতিয়াৱ ধৰিলো । জানো বেলেগৰ dairy পঢ়িব নাপাই,তথাপিও মই পেজ লুতিয়াই গ'লো,হঠাৎ এখন অংকন কৰা ফটো ,আৰু এটি কবিতা,মই কবিতাটো পঢ়িব ধৰিলো,
নাজানো এই খোঁজবোৰে ক'ত ৰৈ দিব,
তুমি অবিহনে আজি ২টা বছৰ
সপোনবোৰ আজি আধৰুৱা
আজি যেন তোমাৰ স্মৃতিবোৰ বুকুত লৈ
তোমাক বিছাৰি আকৌ তোমাৰ চহৰত
নাজানো তোমাক বিছাৰি পাওঁ নে?
দিনাংক :১৪-০২-২০১৭
পংখী
মই আগলৈ পঢ়িব ধৰিলো ,
পংখী:-©
তুমি দিয়া ঠিকনাত আজি আকৌ আহি তোমাৰ কথা সুধিলো আকৌ আগৰ বাৰৰ দৰেই,ক'লে ইয়াত কোন নিবিৰ চবনম নাথাকে বুলি কৈ মোক উলাই যাব ক'লে আৰু মই উভতি আহি তুমি এৰি থৈ গুচিযোৱা ঠাই ডোখৰত আহি ৰৈ দিলো,নাজানো হঠাৎ যে এজাক বৰষুন আহিল,মই একে ঠাইতে ৰৈ থাকি বৰষুন জাকক যেন অনুভৱ কৰিলো,
বৰষুন মোৰ ভালপোৱাৰ অন্য এক নাম
তুমি বিহীনতা জীৱনত বৰষুন জাকে যেন তোমাৰ অনুভৱ দিয়ে
তোমালৈ যেতিয়াই মনত পৰে
তুমি-মই সঁজা আধৰুৱা সপোন বোৰে
মোক ৰিঙিয়াই মাতে
সঁচাকৈ dairy টো পঢ়ি কিৱা এটা ভাল লাগিছিল,যেন যিমানেই dairy ৰ পেজবোৰ লুটিয়াও সিমানেই যেন existed হৈ পৰিছিলো,মইও earphone ত গীত এটি লগাই লৈ dairy খন আকৌ পঢ়িব ল'লো ,
Ab phirse jab baarish hogi
Teri yaad mujhko aayegi, aayegi
Tum gaye, aise gaye
Ke ab kahan aaoge laut ke
Tum gaye, aise gaye
Ke ab kahan aaoge laut ke
আকৌ dairy মাজলৈ,
আজি মই বহুত অকলশৰীয়া ,তোমাৰ ভালপোৱাত সুখৰ অৰ্থ বিছাৰি ,আজি দুখৰ পৃথিৱীত মই অকলে,আজি মই এটা আশাতে ৰৈ আছো তোমাক আকৌ নিজৰ কৰি লবলৈ।
এনেকে Dairy খন পঢ়ি আহি আহি মই ২৪-০৮-২০১৯ তাৰিখ ১২:৩৫ মিনিটত মই Howrah Junction পালো মই dairy খন বেগত ভৰাই Train ৰ পৰা নামি Waiting Hall ত fresh হৈ ল'লো, আৰু কিছু সময়পিছত Uber এখন লৈ মই Shalimar station অভিমুখে যাত্ৰা কৰিলো,মই ভাবি থাকিলো যে কোন সেইজনী ছোৱালী কিয় হ'ল সিহঁতৰ মাজত যি এনে এটা situation হ'ল,এনেকে ভাৱি ভাৱি মই Shalimar পালো আৰু Shalimar ৰ পৰা মোৰ Train আছিল আবেলি ৩:৪৫ ত train খুলিবলৈকে আৰু ৪৫ মিনিট মান সময় বাকি আছিল,মই তাতে বহিলৈ আকৌ যেন Dairy খন উলিয়াই ল'লো,
Dairy ৰ মাজলৈ……………………………
সময়
Part 2 is coming soon .........
Powered by